বতৰ

অহা ৫ দিনলৈ প্ৰৱল বৰষুণৰ সম্ভাৱনা! বৰ্তমানলে বিস্তৰ ক্ষতিসাধন ৪৭খন গাঁৱৰ

মেঘালয়ৰ ৰিভৈ জিলাত ভয়ংকৰ ধুমুহা

◼️মেঘালয়ৰ ৰিভৈ জিলাত ভয়ংকৰ ধুমুহা

◼️ধুমুহাত  ৪৭খন গাঁৱত বিস্তৰ ক্ষতিসাধন

◼️১ হাজাৰৰো অধিক বাসগৃহ ক্ষতিগ্ৰস্ত

◼️নেৰানেপেৰা বৰষুণৰ বাবে পৰিস্থিতি অধিক জটিল

◼️বিগত ৩ দিন ধৰি মেঘালয়ত প্ৰচণ্ড বৰষুণ

◼️ব্যাহত হৈছে বিজুলী যোগান ব্যৱস্থা

◼️ধুমুহাত হতাহত হোৱাৰ কোনোবা তৰি পোৱা নাই

◼️মেঘালয়ৰ পৰিস্থিতিকলৈ উৎকণ্ঠিত প্ৰধানমন্ত্ৰী

◼️মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰে সঘন যোগাযোগ

◼️অহা ৫ দিনলৈ পূৰ্বোত্তৰ ৰাজ্যত প্ৰৱল বৰষুণৰ সম্ভাৱনা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + 4 =

Back to top button