Socialঅপৰাধ

চাৰপ্ৰাইজ দিবলৈ মাতি নি হ’বলগীয়া স্বামীৰ সৈতে এয়া কি কৰিলে কইনাই?

উল্লেখ্য যে, পৰিয়ালৰ সন্মতত বিয়া কৰিবলৈ অমান্তি হোৱাৰ বাবেই পুষ্পাই সংঘটিত কৰে এই জঘন্য কাণ্ড।

বিয়ালৈ মাথো এমাহ বাকী। বিয়াৰ পূৰ্বে হ’বলগীয়া স্বামীৰ সৈতে এক জঘন্য কাণ্ড সংঘটিত কৰিলে কইনাই। অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত সংঘটিত হৈছে এই ঘটনা।

 

অহা ২৯ মে’ত বিবাহ সম্পন্ন হোৱাৰ কথা আছিল বিশাখাপট্টনমৰ ৰামু নাইডু আৰু পুষ্পাৰ। বিয়াৰ পূৰ্বে চাৰপ্ৰাইজ দিয়াৰ উদ্দেশ্যে কইনা পুষ্পাই এটা মন্দিৰলৈ লৈ যায় ৰামু নাইডুক। পিছে চাৰপ্ৰাইজ দিয়াৰ সলনি পুষ্পাই এখন চুৰীৰে আঘাত কৰে হ’বলগীয়া স্বামীক। ডিঙিত আঘাতপ্ৰাপ্ত হৈ তেজেৰে তুমৰলি হৈ পৰে ৰামু নাইডু। পৰৱৰ্তী সময়ত ততাতৈয়াকৈ লৈ যোৱা হয় হাস্পতাললৈ।

 

উল্লেখ্য যে, পৰিয়ালৰ সন্মতত বিয়া কৰিবলৈ অমান্তি হোৱাৰ বাবেই পুষ্পাই সংঘটিত কৰে এই জঘন্য কাণ্ড।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.