Education

Education

৮৫.৪৬ শতাংশ উত্তীৰ্ণৰ হাৰেৰে শীৰ্ষত ধেমাজি জিলা

ঘোষণা হ’ল মেট্ৰিক আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। ফলাফল অনুসৰি, এইবাৰ ৮৫.৪৬ শতাংশৰে শীৰ্ষত জিলিকিছে বানে গৰকা ধেমাজি জিলা। ধেমাজিৰ মুঠ…

Read More »
Education

আজি ১০ বজাৰ লগে লগে ঘোষণা কৰা হ’ব মেট্ৰিক-হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল! আপুনি জানিব লগীয়া সকলো কথা…

আজি পুৱা ১০ বজাত ঘোষণা কৰা হ’ব মেট্ৰিক-হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। পুৱা ১০ বজাৰ লগে লগে মুঠ ১৪টা ৱেবছাইট আৰু…

Read More »
Education

কাইলৈ ঘোষণা হ’ব HSLC, AHM পৰীক্ষাৰ ফলাফল, কেনেদৰে চাব পাৰিব ফলাফল?

HSLC RESULT:- ◾কাইলৈ ঘোষণা হ’ব HSLC, AHM পৰীক্ষাৰ ফলাফল ◾পুৱা ৯ বজাত প্ৰকাশ পাব ফলাফল ◾ফলাফলৰ বাবে ১৪টা ৱেবচাইট মুকলি…

Read More »
Education

গুণোৎসৱৰ সময়তে কদৰ্যময় পৰিৱেশত শিক্ষাগ্ৰহণ এজাক কণমানিৰ

নুমলীগড়ৰ এখন কৰুণ ছবি। অত্যন্ত অস্বাস্থ্যকৰ পৰিৱেশত শিক্ষা গ্ৰহণ কৰিছে এজাক কণমানিয়ে। নুমলীগড়ৰ মৰঙিৰ ২নং মাধৱপুৰ অংগনবাড়ী কেন্দ্ৰত এই কাণ্ড।…

Read More »
Education

পুনৰ শিক্ষকৰ বৰ্বৰ কাণ্ড! মজিয়াত বগৰাই বেত্ৰাঘাত ছাত্ৰক

সোণতলীত এগৰাকী শিক্ষকৰ বৰ্বৰ কাণ্ড। নিৰ্মমভাৱে বেত্ৰাঘাত ছাত্ৰগৰাকীক। শৰীৰৰ ভিন্ন ঠাইত যখমৰ স্পষ্ট চিহ্ন। শিঙিমাৰী ভগনীয়া প্ৰাথমিক বিদ্যালয়ত এই ঘটনা।…

Read More »
Education

ছিপাঝাৰত গুণোৎসৱত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰীৰ

◾আজিৰ পৰা আৰম্ভ হোৱা গুণোৎসৱৰ শুভাৰাম্ভণি কৰিলে ◾ছিপাঝাৰত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা ◾চৰকাৰী শিক্ষানুষ্ঠানত ‘হাইব্ৰীডপ্ৰকল্প’ ৰূপায়ণৰ চিন্তা ◾অসমীয়াৰ লগতে ইংৰাজী মাধ্যমতো…

Read More »
Education

আজিৰে পৰা ৰাজ্যত আৰম্ভ হ’ব গুণোৎসৱৰ কাৰ্যসূচী

আজিৰে পৰা ৰাজ্যত আৰম্ভ হ’ব গুণোৎসৱৰ কাৰ্যসূচী। ৩টা পৰ্যায়ত অনুষ্ঠিত হ’ব গুণোৎসৱ। ৪৬ হাজাৰ বিদ্যালয়ত ৪২ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ বাবে অনুষ্ঠিত…

Read More »
Education

পুনৰ আৰম্ভ হ’ব গুণোৎসৱ

পুনৰ আৰম্ভ হ’ব গুণোৎসৱ। ১১ মে’ৰ ১৪ মে’ লৈ ১১খন জিলাত প্ৰথম পৰ্যায়ৰ গুণোৎসৱ৷ বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, দৰং, ধেমাজী, ডিব্ৰুগড়,…

Read More »
মনোৰঞ্জন

উত্তৰ প্ৰদেশৰ ব’ৰ্ড পৰীক্ষাত এজন শিক্ষাৰ্থীৰ কাণ্ডই হতবাক কৰিলে শিক্ষকসকলক….

উত্তৰ প্ৰদেশৰ ব’ৰ্ড পৰীক্ষাত এজন শিক্ষাৰ্থীৰ কাণ্ডই হতবাক কৰিলে শিক্ষকসকলক। ৰাজ্যখনত দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে ব’ৰ্ড পৰীক্ষা চলি থাকোতেই…

Read More »
Education

SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ মাষ্টাৰমাইণ্ডক আটক! কেনেদৰে প্ৰশ্নকাকত ভাইৰেল হৈছিল ছ’চিয়েল মিডিয়াত?

SI পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ মাষ্টাৰমাইণ্ডক আটক মৰিকলঙৰ পৰা আটক মৰিগাঁৱৰ সোণমনি কোঁচক ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল প্ৰশ্নকাকত প্রশ্নকাকত ফাদিলৰ অভিযোগত…

Read More »
Back to top button