অসমপ্ৰযুক্তিবতৰবিজ্ঞান

গৰমৰ দিনত মাত্ৰ ৩৯৯ টকাতে লওঁক শীতৰ আমেজ …

লাকাচা(Lacasha) নামৰ এটা ই-কমাৰ্চ ৱেবছাইটত উপলব্ধ এই মিনি-প'ৰ্টেবল এয়াৰ কণ্ডিচনাৰ (Multi-function Mini Portable Air Conditioner), যিটো দেখাত হৈছে অত্যন্ত ষ্টাইলিছ

গ্ৰীষ্মকাল অহাৰ লগে লগে সকলোৱে সপোন দেখে ঠাণ্ডা ঠাই এখনলৈ যোৱাৰ। কিন্তু সেয়া সকলোৰে বাবে জানো সম্ভৱ? আনহাতে দেশৰ কেইবাখনো ঠাইত ইতিমধ্যে ক’ভিড ১৯ৰ বাবে জাৰি কৰা হৈছে এলাৰ্ট।

 

বহুলোকে নিজৰ ঘৰত AC লগাই গ্ৰীষ্ম কালতে শীতৰ আমেজ লৈ ঘৰতে কিছু আৰাম কৰিব পাৰে যদিও সকলোৰে বাবে আৰ্থিকভাৱে সেয়া সম্ভৱ নহয়। কাৰণ ACৰ ব্যৱহাৰে পোনপটীয়াকৈ পকেটত প্ৰভাৱ পেলায়, কিন্তু এতিয়া আৰু চিন্তাৰ কোনো কাৰণ  নাই। কাৰণ মাত্ৰ ৩৯৯ টকাতে এতিয়া আপুনি ল’ব পাৰিব ACৰ আমেজ। লাকাচা(Lacasha) নামৰ এটা ই-কমাৰ্চ ৱেবছাইটত উপলব্ধ এই মিনি-প’ৰ্টেবল এয়াৰ কণ্ডিচনাৰ (Multi-function Mini Portable Air Conditioner), যিটো দেখাত হৈছে অত্যন্ত ষ্টাইলিছ।

 

উল্লেখযোগ্য কথাটো হ’ল, এই এয়াৰ কণ্ডিচনাৰটো অতি পাতল আৰু ইয়াক ব্যৱহাৰ কৰিবলৈও অত্যন্ত সহজ। এই মিনি প’ৰ্টেবল ACটো USB কেবলৰ সৈতে সংযোগ কৰি সহজে চলাব পাৰি। লগতে অতি কম বিদ্যুততো চলে প’ৰ্টেবল এয়াৰ কণ্ডিচনাৰটো। এই মিনি AC ব্যবহাৰ কৰিলে আপোনাৰ মোবাইল ফোন চাৰ্জ কৰাৰ সমান পৰিমাণৰ বিদ্যুৎ খৰচ হয়। গতিকে, এই প’র্টেবল AC ব্যবহাৰ কৰিলে আপোনৰ বিদ্যুতৰ খৰছতো কোনো প্ৰভাৱ নপৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.