AssamInternationalleatest update

তৃতীয় বিশ্বযুদ্ধৰ উকমুকনি! তুংগত ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধ।

৭ হাজাৰৰো অধিক ৰকেটেৰ আক্ৰমণ ‘হামাছ’ৰ

তৃতীয় বিশ্বযুদ্ধৰ উকমুকনি!

তুংগত ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধ

পৰস্পৰে আক্ৰমণ পৰস্পৰৰ ওপৰত

গাজা ষ্ট্ৰিপত কৰ্তন কৰা হৈছে বিদ্যুৎ

৭ হাজাৰৰো অধিক ৰকেটেৰ আক্ৰমণ ‘হামাছ’ৰ

ধ্বংস কৰা হ’ল ১৮মহলীয়া পেলেষ্টাইন টাৱাৰ

ইজৰাইলী এয়াৰ ফ’ৰ্চৰ আক্ৰমণত ধ্বংসস্তুপত টাৱাৰটো

বৰ্তমানলৈকে মৃত্যু ১৯৮গৰাকী পেলেষ্টাইনী লোকৰ

‘হামাছ’এ নিক্ষেপ কৰিছে ১০০টাকৈ মিছাইল

এটাৰ পিছত আন এটা অট্টালিকাত টাৰ্গেট ইজৰাইলৰ

ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ ইখনৰ পিছত সিখনকৈ বৈঠক

ইৰাণত বোমা ফুটাই বিজয় আনন্দ-উল্লাস পেলেষ্টাইনীৰ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.