অভিনয়ভাৰত

সকলোকে কন্দুৱাই চিৰ দিনৰ বাবে গ’লগৈ ভিম…

বিগত এবছৰ ধৰি অসুস্থ হৈ আছিল প্ৰবীন কুমাৰ

◾ মহাভাৰতৰ ভীম প্ৰবীন কুমাৰ সোবতিৰ দেহাৱসান

◾ ৭৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰবীন কুমাৰৰ

◾ বিগত এবছৰ ধৰি অসুস্থ হৈ আছিল প্ৰবীন কুমাৰ

◾ বি আৰ চোপ্ৰা নিৰ্মিত মহাভাৰতৰ ভীমৰ চৰিত্ৰত কৰিছিল অভিনয়

◾ অভিনেতাৰ লগতে এগৰাকী দক্ষ এথলীট আছিল প্ৰবীন কুমাৰ

◾ অৰ্জুন বঁটা প্ৰাপক বিশিষ্ট খেলুৱৈ আছিল প্ৰবীন কুমাৰ

◾ এছিয়ান গেমছত দুটা সোণ, এটা ৰূপ, এটা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছিল

◾ অলিম্পিকতো ভাৰতক প্ৰতিনিধিত্ব কৰিছিল প্ৰবীন কুমাৰে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + 16 =

Back to top button