অসমদৈনিক বাতৰি

শীঘ্ৰেই গ্ৰেপ্তাৰ হ’ব পাৰে IAS বিষয়া শেৱালী দেৱী শৰ্মা

শীঘ্ৰেই গ্ৰেপ্তাৰ হ’ব পাৰে IAS বিষয়া শেৱালী দেৱী শৰ্মা

শীঘ্ৰেই গ্ৰেপ্তাৰ হ’ব পাৰে IAS বিষয়া শেৱালী দেৱী শৰ্মা

চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ শেৱালী দেৱী শৰ্মাৰ বিৰুদ্ধে

ৱৰ্ক অৰ্ডাৰৰ নামত শেৱালীয়ে ১০৫ কোটি টকা লোৱাৰ অভিযোগ

জোঁৱাই অজিত পালৰ সৈতে মিলি শেৱালী লুণ্ঠন চলোৱাৰ অভিযোগ

শীঘ্ৰেই গ্ৰেপ্তাৰ হ’ব পাৰে অজিত পাল সিঙো

বিভিন্ন স্থানত ঘৰ মাটি থকাৰ তথ্য লাভ কৰিছে CMVএ

লখৰাতো শেৱালী দেৱী শৰ্মাৰ নামত আছে বৃহৎ মাটি সম্পত্তি

সম্পৰ্কীয় ব্যক্তিৰ নামতো খুলিছিল বেংক একাউণ্ট

কেইবাটাও একাউণ্ট খুলি জমা ৰাখিছিল মোটা অংকৰ ধন

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + 3 =

Back to top button