শ্ৰেণীবিহীন

কৰ্ণাটকৰ হাভেৰীত ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু ১৩গৰাকীকৈ লোক।

নিহতসকলৰ ভিতৰত আছে দুগৰাকীকৈ শিশু।

কৰ্ণাটকৰ হাভেৰীত ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু ১৩গৰাকীকৈ লোক। নিহতসকলৰ ভিতৰত আছে দুগৰাকীকৈ শিশু। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন কেইবাজনো লোক। পুনে বাংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন ট্ৰাকত খুন্দা তীৰ্থযাত্ৰী কঢ়িওৱা বাহনখনৰ। শিৱমোগাৰ পৰা তীৰ্থ যাত্ৰালৈ গৈছিল যাত্ৰীসকল। সাভাদাট্ৰিৰ পৰা ওভতাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.