AssamCity newsCMO AssamCultureEntertainmentFestivalGovernment SchemeInternationalInternationalleatest updatenationalnorth eastRegionalSocialSocial Networkঅসমআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰি

বহু বিবাহ বন্ধ সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী !

গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰিছে এই জাননী

বহু বিবাহ বন্ধ সন্দৰ্ভত ৰাজ্য চৰকাৰলৈ জাননী উচ্চ ন্যায়ালৰ । বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰে জাননী । মুছলমানৰ বিশেষ বিবাহ আইন বন্ধ কৰিছিল ৰাজ্য চৰকাৰে । কাজীসকলৰ অনুজ্ঞাপত্ৰও বাতিল কৰা হৈছিল । ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰিছিল । ইয়াৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদন । অনুজ্ঞাপত্ৰ বাতিল কৰা একাংশ কাজীয়ে দাখিল কৰে এই আবেদন । দুমাহৰ ভিতৰত চৰকাৰে এই সম্পৰ্কে শপতনামা দাখিল কৰিব লাগিব ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 5 =

Back to top button