অসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

আগুৱাব পাৰে লোকসভা নিৰ্বাচন! লোকসভা নিৰ্বাচনৰ বাবে সাজু নিৰ্বাচনী আয়োগ

আগুৱাব পাৰে লোকসভা নিৰ্বাচন!

লোকসভা নিৰ্বাচনৰ বাবে সাজু নিৰ্বাচনী আয়োগ

ঘোষণা ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ

জনতা ভৱনত অনুৰাগ গোৱেলৰ সংবাদ মেল

আজিৰ পৰা ৫০ নিৰ্বাচন জিলাত EVMৰ পৰীক্ষণ

পৰীক্ষণত থাকিব ৰাজনৈতিক দলৰ মনোনীত সদস্য

২৯ ছেপ্টেম্বৰলৈকে চলিব EVMৰ পৰীক্ষণ

সমষ্টি পুনৰ নিৰ্ধাৰণত ৮০ শতাংশ লোকৰ সমষ্টিৰ সালসলনি

সমষ্টি সলনি হ’লেও একে থাকিব ভোটদান কেন্দ্ৰ

২৬-২৭ অক্টোবৰত প্ৰকাশ পাব ভোটকেন্দ্ৰৰ তালিকা

১০ নৱেম্বৰত লোকসভা নিৰ্বাচনৰ ভোটকেন্দ্ৰৰ চূড়ান্ত তালিকা

১ ডিচেম্বৰৰ পৰা ভোটাৰ তালিকাত নাম সলনি, কৰ্তনৰ আবেদন কৰিব পাৰিব

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.