অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

ৰঙাপৰাত শোকাৱহ ঘটনা, বন্যহস্তীৰ আক্ৰমণত নিহত এগৰাকী মহিলা

ৰঙাপৰাত শোকাৱহ ঘটনা

বন্যহস্তীৰ আক্ৰমণত নিহত এগৰাকী মহিলা

জামুনবিল গাঁৱত নিশা সংঘটিত এই ঘটনা

মৃত মহিলাগৰাকী ৰিতামণি ইন্দুৱা

হাতীৰ গচকত মৃত্যু মহিলাগৰাকীৰ

ৰঙাপৰাত বন্যহস্তীৰ আক্ৰমনত নিহত এগৰাকী মহিলা। ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত জামুনবিল গাঁওত নিশা সংঘটিত হয় ঘটনা। খাদ্যৰ সন্ধানত নিশা ওলায় অহা এটা বন্যহস্তীয়ে শুই থকা আৱস্থাত ৫০ বছৰীয়া ৰিতামনি ইন্দুৱাৰ নামৰ মহিলা গৰাকীক গছকি হত্যা কৰে। এমাহৰ ভিতৰতে জামুনবিল গাঁৱত বন্যহস্তীৰ আক্ৰমনত দুজনকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷ গাঁৱখনৰ ৰাইজে বন বিভাগক বন্যহস্তী জাকটো পুণৰ বনাঞ্চলৈ খেদি পঠিয়াবলৈ দাবী জনাইছে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.