অসমঅসম আৰক্ষী

ফলাফল ঘোষণাৰ পিছতেই বিতৰ্কত অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া…

বৃহস্পতিবাৰে, অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তিৰ ফলাফল ঘোষণাৰ পিছতেই ক্ষোভ উজাৰিছে একাংশ প্ৰাৰ্থীয়ে। নিযুক্তি পত্ৰ প্ৰদানৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বঞ্চিত একাংশ প্ৰাৰ্থী কাষ চাপিছে উচ্চ ন্যায়ালয়ৰ।

চৰ্চাত অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া। ফলাফল ঘোষণা হোৱাৰ পিছতেই উচ্চ ন্যায়ালয়ৰ মজিয়া পালেগৈ আৰক্ষী কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া।

 

 

বৃহস্পতিবাৰে, অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তিৰ ফলাফল ঘোষণাৰ পিছতেই ক্ষোভ উজাৰিছে একাংশ প্ৰাৰ্থীয়ে। নিযুক্তি পত্ৰ প্ৰদানৰ পূৰ্বে নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বঞ্চিত একাংশ প্ৰাৰ্থী কাষ চাপিছে উচ্চ ন্যায়ালয়ৰ। পৰীক্ষাত নম্বৰ পাইও নিযুক্তিৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলিছে একাংশই।

 

 

শুকুৰবাৰে বঞ্চিত প্ৰাৰ্থীয়েসকলে উচ্চ ন্যায়ালয়ত দাখিল কৰে লেখ আৱেদন। প্ৰাৰ্থীসকলৰ শুনানি গ্ৰহণ কৰি DGP, গৃহ বিভাগলৈ জাননী প্ৰেৰণ ন্যায়ালয়ৰ। শীঘ্ৰেই সংশ্লিষ্ট বিভাগে দাখিল কৰিব লাগিব শপতনামা। উল্লেখ্য যে, নিযুক্তি প্ৰক্ৰিয়াক লৈ একাংশই অভিয়োগ তোলাৰ বিপৰীতে শনিবাৰে খানাপাৰাত কনিষ্টবল পৰীক্ষাত উত্তীৰ্ণ হাজাৰ-হাজাৰ প্ৰাৰ্থীক প্ৰদান কৰা হ’ব নিযুক্তি পত্ৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.