leatest updatenationalভাৰত

আজি অধিবক্তা দিৱস, ৰাজেন্দ্ৰ প্ৰসাদৰ জন্মদিন উপলক্ষে পালন অধিবক্তা দিৱস

আজি অধিবক্তা দিৱস, ৰাজেন্দ্ৰ প্ৰসাদৰ জন্মদিন উপলক্ষে পালন অধিবক্তা দিৱস

আজি অধিবক্তা দিৱস
ৰাজেন্দ্ৰ প্ৰসাদৰ জন্মদিন উপলক্ষে পালন অধিবক্তা দিৱস
অধিবক্তা দিৱস উপলক্ষে গুৱাহাটী উকীল সন্থাৰ বিশেষ কাৰ্যসূচী
উকীল সন্থাৰ কাৰ্যালয়ৰ পৰা দীঘলীপুখুৰী শোভাযাত্ৰা
১০গৰাকী জ্যেষ্ঠ অধিবক্তাক জনোৱা হ’ব সম্বৰ্ধনা
আজি অধিবক্তা দিৱস । ভাৰতৰ‌ প্ৰথম গৰাকী ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশজুৰি পালন অধিবক্তা দিৱস ।অধিবক্তা দিৱস উপলক্ষে গুৱাহাটী উকীল সন্থাৰ বিশেষ কাৰ্য্যসূচী । স্বাস্থ্য সজাগতাৰ প্ৰতি লক্ষ্য ৰাখি ‘ৱাকাথন’ৰ আয়োজন। গুৱাহাটী উকীল সন্থাৰ কাৰ্যালয়ৰ পৰা দীঘলী পুখুৰী হৈ এই কাৰ্যসূচি ৰূপায়ন কৰা হয়।ৱাকথানত অৰ্ধশতাধিক উকীল সন্থাৰ সদস্যই অংশগ্ৰহণ কৰে। অধিবক্তা দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে ১০ গৰাকী জেষ্ঠ্য অধিবক্তাক জনোৱা হব সম্বৰ্ধনা ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.