leatest updateঅসমআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰি

মৰাণৰ পিয়লি নগৰত ফুটিল ইন্ধন গেছৰ পাইপ।

পিয়লি নগৰৰ আফটাভ চেলুনৰ সমীপত এই ঘটনা...

মৰাণৰ পিয়লি নগৰত ফুটিল ইন্ধন গেছৰ পাইপ। ইন্ধন গেছ নিৰ্গত হোৱাক লৈ অঞ্চলজুৰি আতংক পৰিবেশ। মৰাণৰ পিয়লি নগৰৰ আফটাভ চেলুনৰ সমীপত এই ঘটনা। ঘটনাস্থলীৰ সমীপতে আছে তেল ডিপো। যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনাৰ আশংকাত কটাব লগীয়া হৈছে স্থানীয় ৰাইজে।

ইতিমধ্যে আছাম গেছ কোম্পানীক ঘটনাৰ বিষয়ে অৱগত কৰা হৈছে যদিও গা এৰা মন্তব্য প্ৰদান কৰিছে কৰ্তৃপক্ষই।
বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বুজ লৈছে পৰিস্থিতিৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.