অসমজীৱনশৈলীমনোৰঞ্জনসংস্কৃতি

অতীত হোৱাৰ উপক্ৰম হোৱা পুতলা নাচ জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টা!

বিগত দুটা বছৰৰ ক'ৰনাসৃষ্ট পৰিৱেশত হঠাতেই স্থৱিৰহৈ পৰিল আৰু এই পুতলা থিয়েটাৰ সমূহত গৰিষ্ঠসংখ্যক পুতলা থিয়েটাৰ বন্ধ হৈ পৰিল।

অতীত হোৱাৰ উপক্ৰম হোৱা পুতলা নাচ জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টা নাট্যকাৰ ক্ষিতীশ বৰাৰ।

একাদশ শতিকাৰ পূৰ্বৰ পৰা কেইটিমান দশকৰ পূৰ্বলৈকে পুতলা নাচে এক অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল৷ অসমীয়া জাতীয় জীৱনৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ পুতলা নাচ। এই পুতলা নাচৰ পৰিসৰ বৃদ্ধি কৰি একাংশ সংস্কৃতিৱান ব্যক্তিয়ে এই সংস্কৃতিক পুতলা থিয়েটাৰৰ ৰূপ দিলে আৰু ভ্ৰাম্যমাণ ৰূপত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এই সংস্কৃতি প্ৰদৰ্শন কৰি গৈছিল। বিগত দুটা বছৰৰ ক’ৰনাসৃষ্ট পৰিৱেশত হঠাতেই স্থৱিৰহৈ পৰিল আৰু এই পুতলা থিয়েটাৰ সমূহত গৰিষ্ঠসংখ্যক পুতলা থিয়েটাৰ বন্ধ হৈ পৰিল। যিকেইখন চলি আছে যিকোনো মুহুৰ্ততে চিৰদিনৰ বাবে বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে।

চৰকাৰলৈ আৰ্থিক সাহাৰ্যৰ আহবান নাট্যকাৰ ক্ষিতীশ বৰাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.