AssamhoroscopeSocialSocial Networkঅসমদৈনিক বাতৰি

আজিৰ দিনটো কেনেকৈ যাব আপোনাৰ ?

দিনটোৰ ৰাশিফল

মেষ ৰাশি  : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰু পৰা সাৱধান হ’ব লগতে আজি আপুনি সজাগ নহ’লে সামান্য মনৰ আনন্দ হ্ৰাস হোৱাৰ যোগ দেখা যায়।

 

বৃষ ৰাশি  :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ লগ বন্ধু বা আলহীৰ আগমন হ’ব পাৰে, লগতে আজি আপুনি ভাল বন্ধুৰ সান্নিধ্য লাভ হোৱাৰ যোগ দেখা যায়।

 

 

মিথুন ৰাশি :- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ’ব লগতে আজি আপুনি ঋণ আদায় কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।

 

 

কৰ্কট ৰাশি : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত জনপ্ৰিয় অৰ্জন কৰিবলৈ সক্ষম হব, লগতে আজি আপুনি কৰ্মত ভাল খৱৰ লাভ হোৱাৰ যোগ দেখা যায়।

 

 

সিংহ ৰাশিৰ  :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব লগতে আজি আপুনি সজাগ নহ’লে সিদ্ধান্ত গ্ৰহণ কৰোঁতে সামান্য খেলিমেলি হোৱাৰ যোগ দেখা যায়।

 

 

কন্যা ৰাশি  : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য সাহস হ্ৰাস হোৱাৰ যোগ দেখা যায়।

 

 

তুলা ৰাশি : – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চিত ধন সম্পত্তি ক্ষয় হ’ব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

 

 

বৃশ্চিক ৰাশি  : – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ’ব লগতে আজি আপোনাৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

 

 

ধনু ৰাশি  : – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি বিবাদ নিষ্পত্তিৰ কৰিবলৈ সক্ষম হব লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত শুভ বুলি কব পাৰি, প্ৰেমত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ ব্যৱসায় বানিজ্যত শুভ হোৱাৰ যোগ দেখা যায়।

 

 

মকৰ ৰাশি : – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ’ব যদিও আজি আপোনাৰ মনৰ পৰা অহংকাৰী মনোভাৱ পৰিহাৰ কৰিবলৈ চেষ্টা কৰিব ।

 

 

কুম্ভ ৰাশি : – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ ব্যৱসায় বানিজ্যত লাভাৱান্বিত হোৱাৰ যোগ দেখা যায়।

 

 

মীন ৰাশি-  :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ চিন্তা ধাৰাৰ সামান্য পৰিবৰ্তন আহিব পাৰে লগতে আজি আপোনাৰ দেহ মনত সামান্য আঘাট পাবলগীয়া হোৱাৰ যোগ দেখা যায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.