অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

আজি অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক

কেবিনেট বৈঠকত গ্রহণ কৰা হ'ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বিহুৰ প্ৰাকমুহূৰ্তত অসমবাসীক ভাল খবৰ দিব পাৰে কেবিনেটে। 

আজি হিমন্ত চৰকাৰৰ গুৰুত্বপূৰ্ণ কেবিনেট বৈঠক বিয়লি ৩.৩০ বজাত জনতা ভৱনত অনুষ্ঠিত হ’ব কেবিনেট।

কেবিনেট বৈঠকত গ্রহণ কৰা হ’ব গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

বিহুৰ প্ৰাকমুহূৰ্তত অসমবাসীক ভাল খবৰ দিব পাৰে কেবিনেটে।

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যসূচীক লৈ কেবিনেটত হ’ব বিতং আলোচনা।

বিহুৱা-বিহুৱতীৰ বাবে উপহাৰ প্ৰদানৰ কেবিনেটত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.