অসমদৈনিক বাতৰি

পৰ্যটকৰ বাবে বন্ধ হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান, উদ্যানখনত ১৫ মে’ৰ পৰা বন্ধ হ’ব হাতী চাফাৰি

পৰ্যটকৰ বাবে বন্ধ হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান, উদ্যানখনত ১৫ মে’ৰ পৰা বন্ধ হ’ব হাতী চাফাৰি

পৰ্যটকৰ বাবে বন্ধ হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান

উদ্যানখনত ১৫ মে’ৰ পৰা বন্ধ হ’ব হাতী চাফাৰি

৫ জুনলৈকে উদ্যানখনত খোলা থাকিব জীপ চাফাৰি

সমাগত বাৰিষাৰ বাবে উদ্যান কৰ্তৃপক্ষৰ এই সিদ্ধান্ত

সম্প্ৰতি মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে বন্যপ্ৰাণী

বনৰজা, অন্যান্য জীৱ-জন্তুৱে আকৰ্ষিত কৰিছে পৰ্যটকক

উল্লেখ্য যে, প্ৰায় তিনিমাহৰ অন্তত পুনৰ পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখন মুকলি কৰি দিয়াৰ কথাও জানিব দিয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.