গুজৰাটদৈনিক বাতৰিৰাজনৈতিক

গুজৰাটৰ নতুন মুখ্যমন্ত্রীৰূপে আজি শপত ল’ব ভূপেন্দ্র পেটেলে

পেটেল হ’ব গুজৰাটৰ সপ্তদশ মুখ্যমন্ত্ৰী

গুজৰাটৰ নতুন মুখ্যমন্ত্রীৰূপে আজি শপত ল’ব ভূপেন্দ্র পেটেলে। দুপৰীয়া ২.২০ বজাত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান। পেটেল হ’ব গুজৰাটৰ সপ্তদশ মুখ্যমন্ত্ৰী৷

আজিৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব অমিত শ্বাহ, যোগী আদিত্য নাথ। উপস্থিত থকাৰ সম্ভাৱনা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও।  আহমেদাবাদত ৫৯ বছৰীয়া পেটেল অমিত শ্বাহৰ বিশেষ ঘনিষ্ঠ বুলি জনাজাত৷ চিভিল ইঞ্জিনীয়াৰিঙৰ ডিপ্লমাধাৰী পেটেল এসময়ত আছিল বিল্ডাৰ৷

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.