অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

কাৰ্বি আংলঙত বন ধ্বংসৰ বিৰোদ্ধে বন বিভাগৰ ধাৰাবাহিক অভিযান

ডলামৰা ৰেঞ্জৰ অধীনৰ কুঠৰী খণ্ড বন বিষয়া কাৰ্যালয়ৰ এলেকাত চোৰাং কাঠৰ বিৰুদ্ধে চলিছে ধাৰাবাহিক অভিযান।

কাৰ্বি আংলঙত বন ধ্বংসৰ বিৰোদ্ধে বন বিভাগৰ ধাৰাবাহিক অভিযান।

ডলামৰা ৰেঞ্জৰ অধীনৰ কুঠৰী খণ্ড বন বিষয়া কাৰ্যালয়ৰ এলেকাত চোৰাং কাঠৰ বিৰুদ্ধে চলিছে ধাৰাবাহিক অভিযান।

সোমবাৰে নিশা কুঠৰী খণ্ড বিষয়া লংৱেলচন তেৰাং ৰ নেতৃত্বত চলা অভিযানত জব্দ কৰে ৩১ টা মূল্যবান কাঠৰ কুণ্ডা।

উল্লেখ্য যে, ৪ দিন পূৰ্বেও বন বিভাগে অভিযান চলাই জব্দ কৰিছিল ২৭০ কেবি কাঠৰ কুণ্ডা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.