Covid-19

ক’ভিডত আক্ৰান্ত মেঘালয়ৰ মুখ্যমন্ত্ৰী, এদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বহিছিল কনৰাড চাংমা

ক'ভিডৰ কিছু লক্ষণ থকা মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমান আইশ্ব'লেছনত আছে।

ক’ভিডত আক্ৰান্ত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা । টুইটযোগে এই কথা সদৰী কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ক’ভিডৰ কিছু লক্ষণ থকা মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমান আইশ্ব’লেছনত আছে।

উল্লেখ্য যে, বৃহস্পতিবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এখন বৈঠকত মিলিত হৈছিল কনৰাড চাংমা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × three =

Back to top button