অসমখেল

এছিয়ান বক্সিং চেম্পিয়নশ্বীপত শিৱ থাপাৰ জয়

আইবা এছিয়ান বক্সিং চেম্পিয়নশ্বীপত অসমৰ শিৱ থাপাৰ জয়। অৰ্জন কৰিলে ৰূপৰ পদক।

এছিয়ান বক্সিঙৰ ৬৪ কেজি শাখাত ৰূপৰ পদক লাভ কৰি অসমলৈ গৌৰব কঢ়িয়াই আনিলে শিৱ থাপাই।

ডুবাইত চলি থকা চেম্পিয়নশ্বীপৰ ফাইনেলত মংগোলীয়ান বাটাৰচুক চিনজোৰিগৰ হাতত পৰাস্ত হয় শিৱ থাপা।

শিৱ থাপাৰ এই সফলতাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন জনাইছে বক্সাৰগৰাকীক।

উল্লেখ্য যে, ২০১৩ চনৰ পৰা পাঁচবাৰ এছিয়ান বক্সিং চেম্পিয়নশ্বীপত পাঁচটা পদক জয় কৰিছে শিৱ থাপাই। এছিয়ান বক্সিং চেম্পিয়নশ্বীপত এয়াও এক অভিলেখ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.