অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

নগৰবেৰাত পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ, অৰুণোদয় আঁচনিৰ নামত ভুক্তভোগীৰ পৰা ধন সংগ্ৰহ

নগৰবেৰাত পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত ধন আত্মসাৎ

সৌৰচাকি, তাৰাপাম, MGNREGA আঁচনিত অনিয়ম

চৰকাৰী আৱাসৰ নামতো ৮-১০ হাজাৰ টকা লোৱাৰ অভিযোগ

অৰুণোদয় আঁচনিৰ নামতো ভুক্তভোগীৰ পৰা সংগ্ৰহ কৰিছিল ধন

মেধিপাৰাৰ খেলপথাৰ নিৰ্মাণৰ নামতো সৰকালে ৩.৫ লাখ টকা

পঞ্চায়ত সভাপতি দিপাংকৰ কলিতাৰ বিৰুদ্ধে অভিযোগ

ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ ভুক্তভোগী ৰাইজৰ

সভাপতি দিপাংকৰৰ বিৰুদ্ধে নগৰবেৰা থানাত গোচৰ ৰুজু

শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.