AssamInternationalInternationalleatest updatenationalSportsআন্তঃৰাষ্ট্ৰীয়খেলদৈনিক বাতৰিবিশ্বভাৰত

অলিম্পিকৰ যোগ্যতা অৰ্জনৰ বাবে অন্তিম সুযোগ ভাৰতীয় মহিলা হকী দলৰ

আজি বিয়লি ৪বজাত অনুষ্ঠিত হ'ব ভাৰত আৰু জাপানৰ মাজত কোৱালিফায়াৰ খেল

২০২৪ চনৰ পেৰিছ অলিম্পিকলৈ ভাৰতীয় মহিলা হকী দলটোৱে যোগ্যতা অৰ্জন কৰিব নে? পেৰিছ অলিম্পিকৰ কোৱালিফায়াৰৰ বাবে ভাৰতীয় মহিলা হকী দলৰ অন্তিম সুযোগ। আজি ভাৰতীয় দলটোৱে খেল পথাৰত জাপানৰ লগত মুখামুখি হ’ব। অলিম্পিকত যোগ্যতা অৰ্জনৰ বাবে এই মেচখন ভাৰতীয় দলটোৰ বাবে অতি গুৰুত্বপূৰ্ণ।

আজি বিয়লি ৪বজাত অনুষ্ঠিত হ’ব ভাৰত আৰু জাপানৰ মাজত এই কোৱালিফায়াৰ খেলখন। যদি খেলখনত ভাৰতীয় দলটি জাপানৰ হাতত পৰাস্ত হয় তেনেহ’লে অলিম্পিকৰ পৰা বাহিৰ হ’ব লাগিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.