Socialঅপৰাধদুৰ্ঘটনা

ক্ৰমাত্‍ অৱনতি নাগালেণ্ডৰ পৰিস্থিতি, বন্ধ থাকিব সমগ্ৰ নাগালেণ্ড!

মন জিলাত সংঘটিত ঘটনাক লৈ ক্ষুব্ধ ৰাইজ

আজিও উত্তপ্ত নাগালেণ্ডৰ পৰিস্থিতি। মন জিলাত সংঘটিত ঘটনাক লৈ ক্ষুব্ধ ৰাইজ। ঘটনাৰ প্ৰতিবাদত আজি সমগ্ৰ পূব নাগালেণ্ড বন্ধৰ আহ্বান। পুৱা ৬ বজালৈ বন্ধ থাকিব সমগ্ৰ মন জিলা।

মন জিলাৰ ঘটনাৰ বাবে গঠন কৰা হৈছে SIT। এমাহৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়া হৈছে।
ঘটনা সন্দৰ্ভত মন জিলাৰ টিজিত থানাত ইতিমধ্যে ৰুজু কৰা হৈছে গোচৰ।

তদন্ত কমিটীক তথ্য-প্ৰমাণ সংগ্ৰহৰো নিৰ্দেশ দিয়া হৈছে।
সমগ্ৰ মন জিলাত জাৰি কৰা হৈছে ১৪৪ ধাৰা। সাময়িকভাৱে স্থগিত সেনাৰ সঞ্চালন

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.