শ্ৰেণীবিহীন

আৰক্ষীৰ “ENCOUNTERত” নৰপিশাচ ধৰ্ষণকাৰী আনন্দ তাঁতী গুৰুতৰভাৱে আহত

আজি সন্ধিয়া অৰুণাচলৰ দেওমালীত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নৰপিশাচটোক।

আৰক্ষীৰ এনকাউণ্টাৰত গুৰুতৰভাৱে আহত ধৰ্ষণকাৰী আনন্দ তাঁতী।

আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত আনন তাঁতী।

গুলীচালনাত সোঁ ভৰিত আঘাতপ্ৰাপ্ত ধৰ্ষণকাৰীটো।

আজি সন্ধিয়া অৰুণাচলৰ দেওমালীত অভিযান চলাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নৰপিশাচটোক।

মাৰ্ঘেৰিটালৈ আনি থকা অৱস্থাত পলায়নৰ চেষ্টা কৰোঁতে আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হৈছে আনন।

সম্প্ৰতি আনন তাঁতীক মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছে আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.