বতৰভাৰতস্বাস্থ্য

প্ৰতিৱেশী ৰাষ্ট্ৰ ম্যানমাৰত ভয়ংকৰ বিমান দুৰ্ঘটনা

দুৰ্ঘটনাত মৃত্যু ১৩ জনৰ

প্ৰতিৱেশী ৰাষ্ট্ৰ ম্যানমাৰত পুৱাতে সংঘটিত হয় ভয়ংকৰ বিমান দুৰ্ঘটনা৷ এই ভয়ংকৰ বিমান দুৰ্ঘটনাত বৌদ্ধ ধৰ্মৰ শীৰ্ষ গুৰু ভৱন্ত কাছিৱাৰা,‌‌‌‌‌‌‌‌‌ ছজন জ্যেষ্ঠ সেনা বিষয়া সহ মুঠ ১৩ জন লোকৰ মৃত্যু হয়।

   প্ৰাপ্ত তথ্য অনুসৰি পুৱা ৭ বজাত দেশখনৰ উত্তৰ -পশ্চিমাঞ্চলৰ নেয়পেড বিমানবন্দৰৰ‌ পৰা মান্দায়লৰ পিন‘অ’লৱিন বিমানবন্দৰলৈ জুন্টা সামৰিক বিমানখন উৰা মাৰিছিল। কিন্তু মুষলধাৰ বৰষুণৰ বাবে অৱতৰণৰ সময়তে বিমান বন্দৰৰ‌ এটা বিদ্যুৎৰ খুঁটাত প্ৰচণ্ড খুন্দা মাৰি বিমানখন টুকুৰা টুকুৰ হৈ ভাঙি পৰে। ফলত আটাইকেইগৰাকী আৰোহীৰ থিতাতে নিহত হয়৷

   ইতিমধ্যে ঘটনা স্থলীত শীৰ্ষ সামৰিক বিষয়া উপস্থিত হৈ ঘটনাৰ বুজ লয়৷

Senior monk among 12 killed in Myanmar military plane crash

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.