অসমআন্তঃৰাষ্ট্ৰীয়খেলবিশ্বভাৰতমনোৰঞ্জন

প্ৰথমবাৰৰ বাবে অলিম্পিকত অংশ লোৱা অসম কন্যা লাভলিনাৰ স্বৰ্ণ জয়ৰ আশা নিৰ্বাপিত!

অলিম্পিকত পদক অৰ্জন প্ৰথম অসমীয়াৰ

প্ৰথমবাৰৰ বাবে অলিম্পিকত অংশ লোৱা অসম কন্যা লাভলিনা বৰগোঁহাইৰ স্বৰ্ণ জয়ৰ আশা নিৰ্বাপিত হ’ল।

আজি মহিলাৰ ৬৯ কেজি শাখাৰ ছেমি ফাইনেলত লাভলিনাই বিশ্ব চেম্পিয়ন তুৰ্কীৰ বুচানেজ চুৰমেনেলীৰ হাতত পৰাস্ত হয়। ভাৰতীয় বক্সাৰ গৰাকী ৫-০ ব্যৱধানত পৰাস্ত হয়।

অৱশ্যে আজিৰ মেচখনত পৰাস্ত হ’লেও লাভলিনা বৰগোহাঁইয়ে ব্ৰঞ্জৰ পদক লাভ কৰিছে।

উল্লেখ্য যে, অলিম্পিকত পদক অৰ্জন কৰা তেওঁ প্ৰথম অসমীয়া।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.