nationalpoliticalঅসমগুৱাহাটীজম্মু-কাশ্মীৰদৈনিক বাতৰিবিশ্বভাৰতৰাজনৈতিক

পুনৰ ৰক্তাক্ত জম্মু-কাশ্মীৰৰ ৰাজৌৰী, পাক সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ ৫ সেনা জোৱান…..

পুনৰ ৰক্তাক্ত জম্মু-কাশ্মীৰৰ ৰাজৌৰী

পাক সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ ৫ সেনা জোৱান

শ্বহীদ বীৰেন্দ্ৰ সিং, কৰণ কুমাৰ, চন্দন কুমাৰ

শ্বহীদ হ’ল গৌতম কুমাৰৰ লগতে আন এজন জোৱান

ভয়ংকৰ আক্ৰমণত আহত ৩গৰাকী সেনা জোৱান

বৃহস্পতিবাৰে ৰাজৌৰীত চলিছিল সন্ত্ৰাসবাদীৰ আক্ৰমণ

সেনাৰ দুখন বাহনত আক্ৰমণ পাক সন্ত্ৰাসবাদীৰ

গ্ৰেনেড নিক্ষেপৰ লগতে কৰিছিল ধাৰাষাৰ গুলীবৰ্ষণ

সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলি থকা অভিযানৰ মাজতে আক্ৰমণ

বুধবাৰৰ পৰা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলিছিল সেনাৰ অভিযান

ঘটনাৰ পিছতে অঞ্চলটো ঘেৰি ৰাখিছে সেনাই

সন্ত্ৰাসবাদীৰ সন্ধানত অঞ্চলটোত ব্যাপক অভিযান

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.