ৰাজনৈতিক

ৰাজ্যিক কেবিনেটৰ বৈঠকত ! লাভলিনাক DSP পদত নিযুক্তিৰ ঘোষণাত অনুমোদন জনোৱা হ’ল

আজি সম্পন্ন হ’ল ৰাজ্যিক কেবিনেটৰ বৈঠক। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ল বৈঠকৰ অন্তত। বক্সাৰ লাভলিনা বৰগোহাঁইৰ প্ৰসংগও উত্থাপন হ’ল কেবিনেটত।…

Read More »

প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে যোগান মন্ত্ৰীক ধমক দিয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিত চাউলৰ হৰলুকি

মুখ্যমন্ত্ৰীয়ে উপ নিৰ্বাচনত ঘোষণাৰ বিপৰীত ছবি জালুকবাৰী সমষ্টিত। মাহে প্ৰতি পাবলগীয়া খাদ্য সুৰক্ষা চাউলৰ পৰা বঞ্চিত দুখীয়া পৰিয়ালসমুহ। মুখ্যমন্ত্ৰীৰ গৃহ…

Read More »

আফগানিস্তানত নাৰীৰ অধিকাৰক লৈ কৰা প্ৰতিবাদৰ অন্য ৰূপ! বিশ্ববাসীলৈ বিশেষ প্ৰশ্ন

আফগানিস্তানত নাৰী অধিকাৰক লৈ অব্যাহত আছে প্ৰতিবাদ। প্ৰতিবাদ মাজতেই মঙলবাৰে উত্থাপন হৈছিল এটা বিশেষ প্ৰশ্ন। বিশ্ব সম্প্ৰদায়ৰ লগত জড়িতআছিল এই…

Read More »

নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বিধি উলংঘা কৰাৰ অভিযোগ! সন্ধিয়া ৫ বজালৈ কাৰণ দৰ্শাব লাগিব মুখ্যমন্ত্ৰীয়ে

সমাগত উপ নিৰ্বাচন। পাঁচটাকৈ সমষ্টিত অনুষ্ঠিত হ’ব লগা উপ নিৰ্বাচনৰ বাবে ৰাজ্যৰ সকলো দলেই নিজ নিজ দলৰ প্ৰাৰ্থীৰ প্ৰচাৰ অভিযানত…

Read More »

ৰূপজ্যোতি কুৰ্মীক উদ্ধাৰৰ বাবে মৰিয়নিত মুখ্যমন্ত্ৰী, মৰিয়নি চাহ বাগিচা লাইনৰ উন্নয়নৰ বাবে ৪০ কোটি টকা ঘোষণা মুখ্য়মন্ত্ৰীৰ…

আগন্তুক উপ-নিৰ্বাচনৰ পূৰ্বে  মৰিয়নিৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। শুকুৰবাৰে বিজেপি নেতা ৰূপজ্যোতি কুৰ্মীৰ হৈ মৰিয়নিত…

Read More »

সাম্প্ৰদায়িক সংঘাতত কঁপিছে বাংলাদেশ! হত্যাৰ বলি হ’ল ২জন হিন্দু লোক

সাম্প্ৰদায়িক সংঘাতত কঁপিছে বাংলাদেশ। সম্প্ৰদায়ক লৈ অশান্ত হৈ পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ। মুছলমান অধ্যুষিত ৰাষ্ট্ৰখনত ইছলাম সম্প্ৰদায়ৰ লোকৰ হত্যাৰ বলি…

Read More »

আজি অসম গণ পৰিষদৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস

আজি অসম গণ পৰিষদৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱস উপলক্ষে শিৱসাগৰৰ ডিমৌত অনুষ্ঠিত হৈছে বৰ্ণাঢ্য আয়োজন। ডিমৌৰ ৰাজহুৱা খেলপথাৰত…

Read More »

অন্যায়ৰ প্ৰত্যুত্তৰত সম্পূৰ্ণ মহাৰাষ্ট্ৰ বন্ধৰ আহ্বান!

সোমবাৰে মহাৰাষ্ট্ৰ বন্ধৰ আহ্বান কংগ্ৰেছ, NCP আৰু শিৱসেনাৰ। জৰুৰী সেৱাৰ পৰিৱৰ্তে সকলো বন্ধ থাকিব মহাৰাষ্ট্ৰত। উত্তৰ প্ৰদেশৰ লক্ষীমপুৰ খিৰীত কৃষকক…

Read More »

অসম চৰকাৰ আৰু এছবিআইৰ মাজত পিডব্লিউডিৰ বাবে বেংক ঋণৰ ক্ষেত্ৰত বুজাবুজি চুক্তি স্বাক্ষৰ

সমাগত শাৰদীয় দূৰ্গা পূজা, পূজালৈ মাজত মাথো এটা দিন বাকী। এই উৎসৱ মূখৰ পৰিৱেশৰ সময়তে অসম চৰকাৰ আৰু ভাৰতীয় ষ্টেট বেংকে…

Read More »

‘তাই নিৰ্ভীক, কেতিয়াও পিছ হুঁহকি নাহে’-ভগ্নীক আটক কৰাৰ পিছতে মুখ খুলিছে ৰাহুল গান্ধীয়ে…

ভগ্নী প্ৰিয়ংকা গান্ধীৰ আটকৰ পিছতে মুখ খুলিছে কংগ্ৰেছৰ যুৱনেতা ৰাহুল গান্ধীয়ে। মঙলবাৰে টুইটাৰযোগে ৰাহুল গান্ধীয়ে শ্বেয়াৰ কৰে এটা পোষ্ট। ভগ্নী…

Read More »
Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.