অৰুণাচল প্ৰদেশভাৰতমনোৰঞ্জনৰাজনৈতিক

আজিৰে পৰা অৰুনাচলৰ নামচাইত আৰম্ভ হৈছে পয়-চাম-কেন উৎসৱ

নামচাইৰ গল্ডেন পাগদা'ত পুৱাৰে পৰা ভিন্ন প্ৰান্তৰ বৌদ্ধ ধৰ্মীয় ভক্তপ্ৰাণ ৰাইজৰ ভিৰ।

আজিৰে পৰা অৰুনাচলৰ নামচাইত আৰম্ভ হৈছে পয়-চাম-কেন।

বিশেষকৈ টাইমুলীয় বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ নৱবৰ্ষ উপলক্ষে এই উৎসৱটি আয়োজন কৰা হয়।

নামচাইৰ গল্ডেন পাগদা’ত পুৱাৰে পৰা ভিন্ন প্ৰান্তৰ বৌদ্ধ ধৰ্মীয় ভক্তপ্ৰাণ ৰাইজৰ ভিৰ।

গোল্ডেন পাগদা’ত অৰুনাচলৰ উপ: মুখ্যমন্ত্ৰী চওনা মেন উপস্থিত হৈ মাংগলিক ৰীতি নীতিৰে সমূহ বৌদ্ধ ধৰ্মাৱলম্বী লোকক শুভেচ্ছা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে এই চাংকেন মহোৎসৱ water festival হিচাপে জনপ্ৰিয়।

আজিৰ দিনটোত বৌদ্ধ ধৰ্মাৱলম্বী লোক সকলৰ বিশ্বাস মতে ভগৱান বুদ্ধ ধৰালৈ নামি আহে আজিৰ দিনটোত বৌদ্ধৰ পবিত্ৰ মূৰ্তিক নুৱাই ধুৱাই ইজনে আনজনক জল ছটিয়াই ৰং আনন্দ কৰি চাংকেনৰ শুভেচ্ছা জ্ঞাপন কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.