Internationalleatest updatenationalSportsworld cupঅসমআন্তঃৰাষ্ট্ৰীয়ক্ৰিকেটখেলদৈনিক বাতৰিভাৰত

ৱাংখেড়েত বিৰাট কোহলিৰ অভিলেখ, শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ বিৰাট কোহলিৰ

ৱাংখেড়েত বিৰাট কোহলিৰ অভিলেখ, শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ বিৰাট কোহলিৰ

ৱাংখেড়েত বিৰাট কোহলিৰ অভিলেখ

শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ বিৰাট কোহলিৰ

এদিনীয়াত অভিলেখসংখ্যক ৫০সংখ্যক শতক অৰ্জন বিৰাটৰ

এদিনীয়াত সৰ্বাধিক শতকৰ অভিলেখৰ গৰাকী হ’ল কিং কোহলি

পূৰ্বে তেণ্ডুলকাৰৰ নামত আছিল সৰ্বাধিক শতকৰ অভিলেখ

এদিনীয়া ক্ৰিকেটত ৪৯টা শতক আছিল মাষ্টাৰ ব্লাষ্টাৰ তেণ্ডুলকাৰৰ

নিউজিলেণ্ডৰ বিৰুদ্ধে শতকৰ পিছতে এই অভিলেখ

২০২৩ৰ বিশ্বকাপত তৃতীয়টো শতক বিৰাট কোহলিৰ

টুইটযোগে বিৰাট কোহলিক অভিনন্দন শচীন তেণ্ডুলকাৰৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.