AssamHimanta Biswa Sarmaleatest updateRegionalSocial

সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনৰ আজি দ্বিতীয় দিন।

সাংস্কৃতিক শোভাযাত্ৰাত অংশ বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-কুশলীৰ

সদৌ অসম ছাত্ৰ সন্থাৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনৰ আজি দ্বিতীয় দিন। মঙলবাৰে নিশাৰ ভাগত আছুৰ বৰ্তমান সমিতিৰ শেষৰখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সাংস্কৃতিক শোভাযাত্ৰাত অংশ বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-কুশলীৰ। লগতে আছুৰ শীৰ্ষ নেতৃত্বকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তিৰ অংশ এই শোভাযাত্ৰাত।

হিমা দাস, নয়ন নিলীম, অৰুণ হাজৰিকাকে ধৰি ক্ৰীড়া, সাংস্কৃতিক, বৌদ্ধিক জগতৰ বহুকেইগৰাকী আগশাৰীৰ ব্যক্তিৰ অংশ এই শোভাযাত্ৰাত। সন্ধিয়াৰ ভাগত প্ৰথমখন প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব। আছুৰ এই কেন্দ্ৰীয় অধিৱেশনলৈ ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা দহ সহস্ৰাধিক ছাত্ৰ–প্ৰতিনিধি আহি উপস্থিত হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.