আন্তঃৰাষ্ট্ৰীয়মনোৰঞ্জন

পৰিয়ালক সময় নিদিয়া বাবে পত্নীয়ে অনলাইনত বিক্ৰী কৰিলে নিজ স্বামীক!

নিউজিলেণ্ডৰ এগৰাকী পত্নীয়ে বিক্ৰীৰ বাবে তেওঁক অনলাইন নিলাম কৰে নিজৰ স্বামীক! অনলাইনত পত্নীয়ে এটা বিজ্ঞাপন সৃষ্টি কৰি তাত বিক্ৰী স্বামীৰ প্ৰ'ফাইল বনাইছে।

নিউজিলেণ্ডৰ এগৰাকী পত্নীয়ে বিক্ৰীৰ বাবে তেওঁক অনলাইন নিলাম কৰে নিজৰ স্বামীক! অনলাইনত পত্নীয়ে এটা বিজ্ঞাপন সৃষ্টি কৰি তাত বিক্ৰী স্বামীৰ প্ৰ’ফাইল বনাইছে।

লিণ্ডা মেকএলিষ্টাৰ নামৰ মহিলাগৰকীৰ এনে কাণ্ড এতিয়া সকলোফালে ভাইৰেল হৈ পৰিছ। লিণ্ডা মেকএলিষ্টাৰে লোৱা এই পদক্ষেপ কেতিয়াও কোনেও সপোনতো দেখা নাছিল।

দম্পতীহালে ২০১৯ চনত বিবাহ পাশত আৱদ্ধ হৈছিল আৰু তেওঁলোকৰ দুটা সন্তানো আছে। কিন্তু লিণ্ডাই কয় যে তেওঁৰ স্বামী জনে সন্তানৰ ওপৰত অলপো ধ্যান নিদিয়ে আৰু কাকো নজনোৱাকৈয়ে জনে সঘনাই ঘৰৰ পৰা ওলাই যায়। সেয়ে লিণ্ডাই এই পদক্ষেপ লয়।

লিণ্ডাই ‘Trade Me’ নামৰ বিজ্ঞাপনত জনক ‘Husband for Sale’ বুলি তালিকাভুক্ত কৰে। বিজ্ঞাপনটোৰ সঁহাৰিস্বৰূপে ১২ টাকৈ নিবিদাও লাভ কৰে। অৱশ্যে বৰ্তমান ‘Trade Me’ৰ পৰা জনৰ একান্টটো আঁতৰাই দিয়া হৈছে।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + 19 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.