CrimeInternationalleatest updatepoliticalSocial

জ্বলিছে বাংলাদেশ! ছাত্ৰ আন্দোলনত পুনৰ জ্বলিছে বাংলাদেশ।

বৰ্তমানলৈকে সংঘৰ্ষত নিহতৰ সংখ্যা ১০০জনলৈ বৃদ্ধি।

জ্বলিছে বাংলাদেশ! ছাত্ৰ আন্দোলনত পুনৰ জ্বলিছে বাংলাদেশ। ভয়ংকৰ পৰিস্থিতিয়ে ৰূপ লৈছে বাংলাদেশত। ঢাকাত আৰক্ষীৰে প্ৰতিবাদকাৰীৰ ভয়ংকৰ সংঘৰ্ষ। দেশখনত বৰ্তমানলৈকে সংঘৰ্ষত নিহতৰ সংখ্যা ১০০জনলৈ বৃদ্ধি। হাছিনা চৰকাৰক অপসাৰণৰ দাবী প্ৰতিবাদকাৰীৰ।

বাংলাদেশত বন্ধ কৰি দিয়া হৈছে ম’বাইল, ইণ্টাৰনেট সেৱা। আৱামী লীগৰ সাংসদৰ বাসগৃহত অগ্নিসংযোগ। সংৰক্ষণক লৈ ৰক্তাক্ত হৈ পৰিছে বাংলাদেশ। প্ৰয়োজনত প্ৰশাসনক অধিক কঠোৰ হ’বলৈ আহ্বান হাচিনা চৰকাৰৰ।

উল্লেখ্য যে, ভাৰতীয় নাগৰিকক বাংলাদেশলৈ নাযাবলৈ আহ্বান বিদেশ মন্ত্ৰ্যালয়ৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.