AssamCity newsInternationalnationalpoliticalঅপৰাধঅসমগুৱাহাটীদৈনিক বাতৰিবিশ্বৰাজনৈতিক

বাংলাদেশত অৰাজক পৰিস্থিতি… সেনাৰ হাতত অশান্ত বাংলাদেশৰ ক্ষমতা….

চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত ৰাজনৈতিক অস্থিৰতা

প্ৰতিবাদকাৰীৰ দাবীত সেও মানি শ্বেইখ হাছিনাৰ পদত্যাগ

পদত্যাগ কৰি পোনে পোনে ভাৰতলৈ পলায়ন

গাজিয়াবাদৰ হিণ্ডন এয়াৰ বেছত অৱতৰণ হাছিনাৰ

বৰ্তমানলৈ নিশ্চিত হোৱা নাই হাছিনাৰ নতুন ঠিকনা

সেনাৰ হাতত অশান্ত বাংলাদেশৰ ক্ষমতা

অন্তৰ্ৱৰ্তীকালীন চৰকাৰ গঠনৰ ঘোষণা সেনা প্ৰধানৰ

প্ৰধানমন্ত্ৰীৰ আৱাসত লুটপাত প্ৰতিবাদকাৰীৰ

চুবুৰীয়া ৰাষ্ট্ৰখনৰ পৰিস্থিতিক লৈ সতৰ্কতা ভাৰতৰ

ভাৰত-বাংলা সীমান্তত হাই এলাৰ্ট জাৰি প্ৰশাসনৰ

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.