শ্ৰেণীবিহীন

বাজপেয়ী ভৱনত গৃহমন্ত্ৰী অমিত শ্বাহৰ সংবাদমেল

অসমত কমেও ১২ খন আসন লাভৰ দাবী শ্বাহৰ

বাজপেয়ী ভৱনত গৃহমন্ত্ৰী অমিত শ্বাহৰ সংবাদমেল

দুটা পৰ্যায়ৰ নিৰ্বাচনত ১০০তকৈ অধিক আসন লাভৰ দাবী

‘৪০০ পাৰ কৰাৰ লক্ষ্যৰে আগবাঢ়িছো আমি’

‘দক্ষিণ ভাৰতত বিজেপিয়ে ভাল ফলাফল লাভ কৰিব’

কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক গৃহমন্ত্ৰী অমিত শ্বাহ

‘বিজেপিৰ গতি ৰোধ কৰাৰ বাবে উঠি-পৰি লাগিছে কংগ্ৰেছ’

‘কংগ্ৰেছে ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে’

‘সংবিধান আৰু সংৰক্ষণক লৈ অপপ্ৰচাৰ কংগ্ৰেছৰ’

‘সংবিধান আৰু সংৰক্ষণ সুৰক্ষিত হৈ থাকিব’

‘বহুমত লৈ সংবিধান সংশোধন কৰা হৈছে’

‘ST, SC, OBCক বিজেপিয়ে ন্যায় দিব’

‘ST, SC সংৰক্ষণ কংগ্ৰেছে ৰোধ কৰিব বিচাৰিছিল’

‘ধৰ্মৰ আধাৰত সংবিধান প্ৰদত্ত নহয়’

ভুৱা ভিডিঅ’ সন্দৰ্ভতো প্ৰতিক্ৰিয়া অমিত শ্বাহৰ

‘মোৰ বিৰুদ্ধে কোনো লোকে ভুৱা ভিডিঅ’ বনাইছে’

‘হতাশাত ভুগি কংগ্ৰেছে এনে কাম কৰিছে’

‘কংগ্ৰেছৰ এই অপচেষ্টা নিন্দনীয়’

‘ৰাহুল গান্ধীৰ আত্মবিশ্বাস নাই’

‘বিজেপিৰ ৪০০ টাৰ্গেটক ভুল বাখ্যা কংগ্ৰেছৰ’

‘সমগ্ৰ দেশতে UCC বলবৎ হ’ব লাগে’

‘আমি অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰেৰে দেশৰ কাম কৰিছো’

‘আমি আমাৰ কামেৰে সংখ্যাগৰিষ্ঠতা লাভৰ চেষ্টা কৰিছো’

‘দেশৰ আইমাতৃ, নাৰীশক্তিৰ লগত আমি আছো’

‘অসমত এতিয়া উন্নয়নৰ গংগা বৈছে’

‘হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত প্ৰগতি হৈছে’

অসমত কমেও ১২ খন আসন লাভৰ দাবী শ্বাহৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.