দুৰ্ঘটনাদৈনিক বাতৰিভাৰত

গুৰুতৰভাৱে আহত ‘কাচা বাদাম’ৰ গায়ক ভুবন বাদ্যকাৰ! বৰ্তমান চিকিৎসাধীন…

‘কাচা বাদাম’ৰ গায়ক ভুবন বাদ্যকাৰ এতিয়া হাস্পতালত চিকিৎসাধীন। গাড়ী চলাবলৈ গৈ হাস্পতাল পালেগৈ ভুবন বাদ্যকাৰ।

‘কাচা বাদাম’ৰ গায়ক ভুবন বাদ্যকাৰ এতিয়া হাস্পতালত চিকিৎসাধীন। গাড়ী চলাবলৈ গৈ হাস্পতাল পালেগৈ ভুবন বাদ্যকাৰ।

 

শেহতীয়াকৈ ‘কাচা বাদাম’ৰ গায়কগৰাকীয়ে এখন ছেকেণ্ডহেণ্ড চাৰিচকীয়া গাড়ী ক্ৰয় কৰি গাড়ীখন চলোৱা শিকিবলৈ যাওতেই দুৰ্ঘটনাত পতিত হয়। গাড়ীখনে এখন দেৱালত খুন্দা মাৰে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ভুবন বাদ্যকাৰ।
উল্লেখযোগ্য যে, গান গাই গাই বাদাম বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা ভুবন বাদ্যকাৰৰ গান ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে সলনি হয় তেওঁৰ জীৱন। ভাইৰেল হোৱা গানটোৱে দাম বঢ়াই ভুবন বাদ্যকাৰৰ। লাহে লাহে অনুষ্ঠান কৰাৰ সুযোগ পাই ভুবনে।

 

শেহতীয়াকৈ বাদাম বিক্ৰী কৰা এৰি সংগীতৰ জগতখনতেই থাকিব বুলিও মন্তব্য কৰিছিল ‘কাচা বাদাম’ৰ গায়কজনে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.