অসমদৈনিক বাতৰি

পেট্ৰল পাম্পত তেলৰ পৰিৱৰ্তে ওলাল পানী, লাহৰিজানৰ NAYARA নামৰ পেট্ৰল পাম্পত ওলাইছে পেট্ৰলৰ সলনি পানী

পেট্ৰল পাম্পত তেলৰ পৰিৱৰ্তে ওলাল পানী, লাহৰিজানৰ NAYARA নামৰ পেট্ৰল পাম্পত ওলাইছে পেট্ৰলৰ সলনি পানী

পেট্ৰল পাম্পত তেলৰ পৰিৱৰ্তে ওলাল পানী। কিছু দূৰ যোৱাৰ পিছত বন্ধ হৈ যায় সেই পাম্পত তেল ভৰোৱা বাহনসমূহ। এই ঘটনা সংঘটিত হৈছে খটখটিৰ লাহৰিজানত। লাহৰিজানৰ NAYARA নামৰ পেট্ৰল পাম্পত ওলাইছে পেট্ৰলৰ সলনি পানী।  ঘটনাক কেন্দ্ৰ কৰি পেট্ৰল পাম্পটোত গ্ৰাহকসকলে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতি।

শীঘ্ৰে পেট্ৰল পাম্পটো ছিল কৰিবলৈ দাবী দল সংগঠনৰ লগতে ভুক্তভোগী লোকসকলৰ। ঘটনা সন্দৰ্ভত খটখটি আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বিহীত পদক্ষেপ লোৱাৰ আশ্বাস আৰক্ষীৰ। অৱশেষত পেট্ৰল পাম্পৰ মালিকে ইঞ্জিন বিকল হোৱা বাহনসমূহ মেৰামতি কৰি দিয়াৰ আশ্বাস প্ৰদান কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.