SocialSocial Networkঅভিনয়ভাৰতমনোৰঞ্জন

ৰীল লাইফত সকলোকে হহুৱাই ৰীয়েল লাইফৰ পৰা বিদায় ল’লে নট্টু কাকাই

বহু দিনৰ পৰা কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল অভিনেতাগৰাকী

‘তাৰক মেহতা কা উলটা চশমা’ৰ  নট্টু কাকা হিচাপে পৰিচিত অভিনেতা ঘনশ্যাম নায়কৰ  আজি (৩ অক্টোবৰ) দেহাবসান ঘটে।

বহু দিনৰ পৰা কৰ্কট ৰোগৰ সৈতে যুঁজি আছিল অভিনেতাগৰাকী। অৱশেষত ৰবিবাৰে সন্ধিয়া ৫:৩০ বজাত প্ৰবীণ অভিনেতাজনে জীৱন যুজত হাৰ মানে।

নট্টু কাকাৰ মৃত্যুৱে ‘তাৰক মেহতা কা উলটা চশমা’  অনুষ্ঠানটোৰ সকলো কলাকুশলী আৰু কৰ্মচাৰীকে জোকাৰি গৈছে।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৬ বছৰ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.