AssamInternationalSportsঅসমআন্তঃৰাষ্ট্ৰীয়খেলচীনবিশ্ব

মাজত মাত্ৰ কেইটামান ঘণ্টা, কাইলৈ চীনৰ হংঝৌত অনুষ্ঠিত হ’ব এছিয়ান গেমছ-২০২৩

মাজত মাত্ৰ কেইটামান ঘণ্টা, কাইলৈ চীনৰ হংঝৌত অনুষ্ঠিত হ’ব এছিয়ান গেমছ-২০২৩

মাজত মাত্ৰ কেইটামান ঘণ্টা

কাইলৈ চীনৰ হংঝৌত অনুষ্ঠিত হ’ব এছিয়ান গেমছ-২০২৩

এইবাৰৰ এছিয়ান গেমছত ভাৰতৰ মুঠ ৬৫৫ খেলুৱৈৰ অংশগ্ৰহণ

৩৯টা বিভিন্ন ক্ৰীড়াত অংশ ল’ব এইসকল খেলুৱৈয়ে

ভাৰতীয় এথলীটকছৰ ৬৮জনীয়া দলত ৩৫জন পুৰুষ, ৩৩গৰাকী মহিলা

প্ৰথমবাৰৰ বাবে অসমৰ অভিলেখসংখ্যক ৭গৰাকী খেলুৱৈৰ অংশগ্ৰহণ

অসমৰ শিৱ থাপা, লাভলীনা বৰগোহাঁই, অম্লান বৰগোহাঁই, শিৱাংগী শৰ্মা

উমা চেত্ৰী, প্ৰিয়া দেৱী আৰু অস্মিতা চলিহাই অংশ ল’ব এছিয়ান গেমছত

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.