AssamEducationleatest update

শীঘ্ৰে ৰাজ্যত নিযুক্তি দিয়া হ’ব প্ৰাথমিক, উচ্চ প্ৰাথমিকৰ শিক্ষক।

চলিত মাহতে প্ৰকাশ পাব বিজ্ঞাপন

নিযুক্তি প্ৰক্ৰিয়াক লৈ শিক্ষা মন্ত্ৰী ড০ ৰণোজ পেগুৰ বৃহৎ ঘোষণা। শীঘ্ৰে ৰাজ্যত নিযুক্তি দিয়া হ’ব প্ৰাথমিক, উচ্চ প্ৰাথমিকৰ শিক্ষক। চলিত মাহতে প্ৰকাশ পাব বিজ্ঞাপন। শিক্ষক নিযুক্তিৰ ক্ষেত্ৰ নম্বৰ তালিকাৰ সালসলনি। গহপুৰত এই মন্তব্য কৰে শিক্ষা মন্ত্ৰী পেগুয়ে।

উল্লেখ যে, শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত BA পৰীক্ষাৰ পৰা ১০ শতাংশ ,ডিএল এটৰ পৰা ৫ শতাংশ , উচ্চতৰ মাধ্যমিকৰ পৰা ৫ শতাংশ আৰু টেট পৰীক্ষাৰ পৰা ৮০ শতাংশ নম্বৰ লোৱা হ’ব।

আনফালে প্ৰাইমাৰী বিদ্যালয়ৰ শিক্ষক নিযুক্তি বাবে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পৰা ৫ শতাংশ, ডি এল এটৰ পৰা ৫ শতাংশ ,টেটৰ পৰা ৮০ শতাংশ আৰু য’ত BA প্ৰয়োজন হয় তাত ১০ শতাংশ লোৱা হ’ব বুলি জনালে শিক্ষা মন্ত্ৰীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.