AssamCMO AssamInternationalleatest updatenationalSocial

আপুনিও লৈছিল নেকি COVAXIN! COVISHILDৰ পিছত এইবাৰ বিতৰ্কত COVAXIN…

COVAXIN ব্যৱহাৰ কৰা সকলৰ দেখা দিছে নেকি এইসমূহ সমস্যা?

ক’ৰোনা ভেকচিন ক’ভিশ্বীল্ডৰ পিছত এইবাৰ ক’ভাক্সিনক লৈ ভয়ংকৰ তথ্য। বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ এটা গৱেষকৰ দলে দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত প্ৰকাশ কৰিছে উদ্বেগজনক প্ৰতিবেদন। ক’ভাক্সিন ভেকচিনৰ বহু পাৰ্শ্বপ্ৰতিক্ৰিয়া আছে বুলি প্ৰতিবেদনখনত প্ৰকাশ কৰা হৈছে।

প্ৰতিবেদন অনুসৰি ক’ভাক্সিনৰ বাবে চালৰ ৰোগ হোৱাৰ লগতে গোট মাৰিব পাৰে দেহৰ তেজ। আনহাতে মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত মহিলাসকল সন্মুখীন হ’ব পাৰে বহু সমস্যাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.