AssamElectionHimanta Biswa Sarmaleatest updatenationalpolitical

২০ মে’ত অনুষ্ঠিত হ’ব পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ।

শনিবাৰে বিয়লি ৫ বজাৰ লগে লগে অন্ত পৰিল প্ৰচাৰ অভিযান।

অন্ত পৰিল পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ। শনিবাৰে বিয়লি ৫ বজাৰ লগে লগে অন্ত পৰিল প্ৰচাৰ অভিযান। ২০ মে’ত অনুষ্ঠিত হ’ব পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। দেশৰ ৪৯টা লোকসভা সমষ্টিত হ’ব ভোটগ্ৰহণ।৬৯৫ প্ৰাৰ্থীৰ ভাগ্য বন্দী হ’ব EVMত। বহু হাইপ্ৰফাইল প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব পঞ্চম পৰ্যায়ৰ নিৰ্বাচনত।

আমেথিত স্মৃতি ইৰাণী, ৰায়বৰেলীত ৰাহুল গান্ধী, লক্ষ্ণৌত ৰাজনাথ সিং, হাজিপুৰত চিৰাগ পাছোৱান, মুম্বাই নৰ্থত পীযুষ গোৱেলৰ ভাগ্য বন্দী হ’ব EVMত। মুম্বাই নৰ্থ চেণ্ট্ৰেলত উজ্জ্বল নিকম, বাৰামূলত ওমৰ আব্দুলাৰো ভাগ্য বন্দী হ’ব EVMত।

মহাৰাষ্ট্ৰৰ ১৩টা, উত্তৰ প্ৰদেশৰ ১৪টা সমষ্টিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া। পশ্চিমবংগৰ ৭টা, বিহাৰৰ ৫ সমষ্টিত হ’ব ভোটযুদ্ধ। জম্মু-কাশ্মীৰ আৰু লাডাখৰ দুটা সমষ্টিত হ’ব ভোটগ্ৰহণ। ঝাৰখণ্ডৰ ৩টা, ওড়িশাৰ ৫ সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। পঞ্চম পৰ্যায়ৰ চৰ্চিত দুটা সমষ্টি হৈছে আমেথি আৰু ৰায়বৰেলী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.