শ্ৰেণীবিহীন

আজি বৰপেটা জিলা দিৱস, ১৯৮৩ৰ আজিৰ দিনটোতে গঠন হৈছিল বৰপেটা জিলা

আজি বৰপেটা জিলা দিৱস, ১৯৮৩ৰ আজিৰ দিনটোতে গঠন হৈছিল বৰপেটা জিলা

আজি বৰপেটা জিলা দিৱস। ১৯৮৩ৰ আজিৰ দিনটোতে গঠন হৈছিল বৰপেটা জিলা। এই দিৱস উপলক্ষে বৰপেটা সত্ৰত প্ৰশাসনে শৰাই প্ৰদান কৰে।

দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে বৰপেটাৰ এই জিলা দিৱস। দিৱস উপলক্ষে বৰপেটা সত্ৰৰ চৌহদত ৰোপণ কৰা হয় গছপুলি। জিলাবাসীৰ মংগলৰ লগতে উন্নয়নৰ কামনা কৰিছে প্ৰশাসনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.