Assamleatest updateSocialSports

বিশ্বকাপ ক্ৰিকেটত অপ্ৰতিৰোধ্য টীম ইণ্ডিয়া; ৪১.৩ অভাৰতে নিৰ্ধাৰিত লক্ষ্যত উপনীত ভাৰত

বাংলাদেশৰ বিৰুদ্ধে কিং কোহলিৰ বিস্ফোৰক শতক

বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ জয়

বিশ্বকাপ ক্ৰিকেটত অপ্ৰতিৰোধ্য টীম ইণ্ডিয়া

চতুৰ্থখন মেচত জয়লাভ ৰোহিত শৰ্মা বাহিনীৰ

বাংলাদেশৰ বিৰুদ্ধে ৭ উইকেটত জয়লাভ ভাৰতৰ

প্ৰথমে বেটিং কৰি ২৫৭ ৰানৰ লক্ষ্য বান্ধি দিছিল বাংলাদেশে

৪১.৩ অভাৰতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয় ভাৰত

বাংলাদেশৰ বিৰুদ্ধে কিং কোহলিৰ বিস্ফোৰক শতক

৯৭ বলত ১০৩ ৰানৰ অনবদ্য ইনিংছ বিৰাট কোহলিৰ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দ্ৰুততম ২৬,০০০ ৰান সংগ্ৰহ কোহলিৰ

শচীন তেণ্ডুলকাৰৰ অভিলেখ ভংগ কোহিলৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

17 − thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.