দুৰ্ঘটনা

কেডাৰনাথত ভয়াৱহ হেলিকপ্টাৰ দুৰ্ঘটনা। দুজন পাইলটসহ ৬জন লোকৰ মৃত্যু!

দুৰ্ঘটনাগ্ৰস্ত হয় এটা ব্যক্তিগত কোম্পানীৰ হেলিকপ্টাৰ

কেডাৰনাথত ভয়াৱহ হেলিকপ্টাৰ দুৰ্ঘটনা। মঙলবাৰে ৰুদ্ৰপ্ৰয়াগৰ কেদাৰনাথৰ পৰা ২ কিলোমিটাৰ দূৰত্বত সংঘটিত হয় এই ভয়ংকৰ দূৰ্ঘটনা। বেয়া বতৰৰ বাবে সংঘটিত হৈছে এই দুৰ্ঘটনা। এই ঘটনাত দুৰ্ঘটনাগ্ৰস্ত হয় এটা ব্যক্তিগত কোম্পানীৰ হেলিকপ্টাৰ। হেলিকপ্টাৰখনত আছিল ৬জনকৈ যাত্ৰী। ইতিমধ্যে দূৰ্ঘটনাটোত দুজন পাইলটসহ ৬জন লোকৰ মৃত্যু হৈছে। পাথাৰ পৰা উৰা মৰা হেলিকপ্টাৰখন গৰুদাচট্টীৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হৈছিল।

 

 

 

উল্লেখ্য যে, হেলিকপ্টাৰখনে কেডাৰনাথলৈ তীৰ্থযাত্ৰী কঢ়িয়াই নিছিল। জানিব পৰা অনুসৰি, হেলিকপ্টাৰখন উত্তৰকাশীৰ এটা ব্যক্তিগত কোম্পানী আৰিয়ান হেলীৰ আছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.