অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

পুনৰ উত্তপ্ত মহানগৰীৰ শিলসাঁকো, মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ উচ্ছেদিতৰ

পুনৰ উত্তপ্ত মহানগৰীৰ শিলসাঁকো

মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদ উচ্ছেদিতৰ

২৭ জুলাইত শিলসাঁকোত পুনৰ উচ্ছেদৰ বিৰোধিতা

চৰকাৰৰ বিৰুদ্ধে সৰৱ প্ৰতিবাদকাৰী

উচ্ছেদ বন্ধ, পুনৰ সংস্থাপনৰ দাবীত প্ৰতিবাদ

‘পুনৰ শিলসাঁকোত উচ্ছেদ চলালে জীৱন দিবলৈ সাজু’

তেজ দিম, মাটি নিদিওঁ, আমাৰ মাটি আমাৰ অধিকাৰ, আমাক পুনৰ সংস্থাপন লাগিবই আদি শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। আগন্তুক দিনত শিলসাঁকোত পুনৰ উচ্ছেদ চলিলে ৰাইজে বুলডজাৰৰ সন্মুখত পৰি জীৱন দিবলৈ সাজু বুলি হুংকাৰ দিয়ে চৰকাৰক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.