আন্তঃৰাষ্ট্ৰীয়

আজি জোনাথনৰ ১৯০তম জন্মদিন, কোন এই জোনাথন?

জন্মদিন উপলক্ষে ফুল-পোহৰেৰে সজাই তোলা হৈছে এটা দ্বীপটো!

বিশ্বৰ প্ৰাচীনতম বাসিন্দা জোনাথনৰ আজি ১৯০তম জন্মদিন। দক্ষিণ আটলাণ্টিকৰ চেইণ্ট হেলেনা নামৰ দ্বীপটোৰ বাসিন্দা জোনাথন।

Jonathan,the oldest tortoise ever documented all prepared to celebrate its  190th birthday

জন্মদিন উপলক্ষে ফুল-পোহৰেৰে সজাই তোলা হৈছে এটা দ্বীপটো! দ্বীপটোত বাস কৰা বিশ্বৰ প্ৰাচীনতম বাসিন্দা আন কোনো নহয়, জোনাথন নামৰ ই এটা বৃহাদাকাৰ কাছহে।

We Heard That Jonathan, the Oldest Tortoise Ever, Was Having a Birthday  Party on His Home ... - Latest Tweet by Guinness World Records | 👍 LatestLY

মাটিত ঘূৰা পকা কৰা জীৱৰ ভিতৰত জোনাথনকে আটাইতকৈ বয়সীয়াল প্ৰাণী হিচাপে গণ্য কৰা হয়। জন্মদিন উপলক্ষে জোনাথনক চাবলৈ দৰ্শনাৰ্থীয়ে দ্বীপটোত ভিৰ কৰিছে। বহুটো দৰ্শনাৰ্থীয়ে জোনাথনক আহি আশীষ প্ৰদান কৰিছে।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight − five =

Back to top button