গুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

অশান্ত জৰ্জৰ মণিপুৰত গৃহমন্ত্ৰী অমিত শ্বাহ

অশান্ত জৰ্জৰ মণিপুৰত গৃহমন্ত্ৰী অমিত শ্বাহ

৪দিনীয়া কাৰ্যসূচীৰে উপস্থিত গৃহমন্ত্ৰীগৰাকী

হিংসাজৰ্জৰ পৰিস্থিতিৰ পৰ্যালোচনা গৃহমন্ত্ৰীৰ

ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনৰ সৈতে মিলিল আলোচনাত

আইন-শৃংখলা পৰিস্থিতিক লৈও ঘনে ঘনে অনুষ্ঠিত বৈঠক

যোৱানিশাৰে পৰা কেইবালানিও বৈঠকত মিলিত গৃহমন্ত্ৰী

৩ মে’ৰ পৰা অব্যাহত আছে হিংসাত্মক পৰিস্থিতি

মণিপুৰৰ হিংসাত্মক ঘটনাত এতিয়ালৈকে মৃত্যু ৮০জন লোকৰ

হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মণিপুৰত অব্যাহত প্ৰতিবাদ

ৰাজ্যখনৰ ১১জনকৈ বিশিষ্ট খেলুৱৈয়েও দিছে হুংকাৰ

শীঘ্ৰেই পৰিস্থিতি নিয়ন্ত্ৰণ নহ’লে প্ৰত্যাহাৰ কৰিব আন্তঃৰাষ্ট্ৰীয় মেডেল

কেন্দ্ৰীয় গৃহমন্ত্ৰীক পত্ৰযোগে এই হুংকাৰ ১১জনকৈ বিশিষ্ট খেলুৱৈৰ

অলিম্পিক বিজেতা মীৰাবাঈ ছানুসহ কেইবাগৰাকীও খেলুৱৈৰ এই সকিয়নী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.